top of page

মুখ্য সম্পাদকৰ কলম

দীপিকা লস্কৰ
নাৰীৰ দিৱস: উদযাপনৰ পৰা বাস্তৱলৈ
প্ৰতিবছৰে ৮ মাৰ্চ আহিলেই বিশ্বজুৰি নাৰীৰ অধিকাৰ, সন্মান আৰু অৱদানৰ কথা আলোচিত হয় । নাৰী দিৱস উপলক্ষে অভিনন্দন, শুভেচ্ছাৰ জোৱাৰ উঠে। এই দিনটোত নাৰী বন্দিত হয় , চাৰিওফালে নাৰীৰ সৱলীকৰণৰ ওপৰত তত্ত্বগধুৰ বক্তৃতাৰ ফুলজাৰি শুনা যায়, নাৰীৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰা হয় । নাৰী দিৱস কেৱল শুভেচ্ছা বিনিময়ৰ দিন নহয়; ই দায়িত্ববোধৰ দিন বুলি সকলোৱে স্বীকাৰ কৰে ।কিন্ত্ত কেৱল এদিনৰ অনুষ্ঠান, ভাষণ বা ফুলেৰে সম্ভাষণ জনালেই প্ৰকৃত অৰ্থত নাৰী সুৰক্ষিত হয় নে ? এটা দিন উদযাপন কৰি নাৰীক সুৰক্ষা দিব পাৰি নে ? দিৱস পালনে নাৰীক সমতা আৰু মৰ্যাদা দিব পাৰিব নে -এনে বহু প্ৰশ্নৰ মাজত নাৰী দিৱস উদ্যাপনৰ প্ৰয়োজনীয়তা হেৰাই যোৱাৰ উপক্ৰম হয় ।.....
এই সংখ্যাৰ লেখক সকল
ড০ শৰৎ বৰকটকী

মনোজ কুমাৰ শৰ্মা

সুৰজিৎ গোস্বামী

অৰূপ কুমাৰ গোস্বামী

ডা: ঋষেশ্বৰ ঠেঙাল শইকীয়া

ডঃ শশাংক শেখৰ বৰকটকী

জ্যোতিকা বৰা

ডা° টঙ্কেশ্বৰ ভূঞা

ডাঃ হেমন্ত কুমাৰ গোস্বামী

নিপু কুমাৰ দাস
.jpg)
পলী মজুমদাৰ
.jpg)
কুমাৰ বিভূতি

ৱাহিদ আহমেদ

দীপ্তি দেৱী শৰ্মা

অনু কোঁৱৰ সিংহ

শোণিত বৰঠাকুৰ

জ্যোতিৰ্ময়ী বৰুৱা

অংকিতা ভট্টাচাৰ্য


