top of page
মুখ্য সম্পাদকৰ কলম
দীপিকা লস্কৰ
বিষাক্ত সংস্কৃতি: মূল্যবোধ অৱক্ষয়ৰ প্ৰতিচ্ছবি
বিষাক্ত সংস্কৃতি (Toxic Culture) বুলিলে এনে এক পৰিৱেশ বা সাংগঠনিক সংস্কৃতিক বুজায়, য'ত নেতিবাচক আচৰণ, মনোভাৱ আৰু কাৰ্যপদ্ধতি সাধাৰণ বা স্বাভাৱিক বুলি গণ্য কৰা হয় আৰু ইয়াৰ ফলত ব্যক্তিৰ মানসিক সুস্থতা, কৰ্মস্পৃহা, সম্পৰ্ক আৰু উৎপাদনশীলতাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে। এনে সংস্কৃতিয়ে মানুহৰ চিন্তা-চৰ্চা, আচৰণ, সামাজিক সম্পৰ্ক আৰু নৈতিক মূল্যবোধৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়।.....





