
মুখ্য সম্পাদকৰ কলম

দীপিকা লস্কৰ
নতুন বৰ্ষ ২০২৬ : আশা আৰু দায়িত্ব
নতুন বৰ্ষ মানে নতুন আশা, নতুন উদ্দীপনা আৰু আত্মসমীক্ষাৰ এটা সুযোগ। বিগত বছৰত আনন্দ-দুঃখ, লাভ-ক্ষতি, সফলতা-ব্যৰ্থতা আদি সকলোবোৰ অভিজ্ঞতা স্মৰণ কৰি আত্মসমালোচনা আৰু দৃঢ় সিদ্ধান্ত লৈ আগবাঢ়ি যোৱাটো নতুন বৰ্ষৰ প্ৰকৃত অৰ্থ।
নৱ বৰ্ষই প্ৰত্যেক বছৰে আমাৰ জীৱনত এটা নতুন প্ৰভাত লৈ আহে। সময়ৰ এই নতুন অধ্যায় আনন্দ -উৎসৱৰ নহয়, ই চিন্তা, আত্ম–মুল্যায়ন আৰু দায়িত্বৰ জৰিয়তে নতুন পথ মুকলি কৰে । ব্যক্তিগত জীৱনত শৃঙ্খলা, অধ্যৱসায়, সময়ৰ সঠিক ব্যৱহাৰ আৰু মানবীয় মূল্যবোধৰ জড়তা—এইবোৰ নতুন বছৰত সলনি হ’বলগীয়া গুৰুত্বপূর্ণ দিশ। পৰিৱেশ আৰু সমাজৰ প্ৰতি দায়িত্বশীল আচৰণে নৱ বৰ্ষক অধিক অৰ্থৱহ কৰিবলৈ সহায় কৰে। নতুন লক্ষ্য, নতুন আশা আৰু দায়বদ্ধ মনোভাৱৰ সৈতে আগবাঢ়িবলৈ সক্ষম হ'লে নৱ বৰ্ষ হ'ব আশা আৰু দায়িত্বৰ সমন্বয়েৰে গঢ়ি উঠা এক নতুন যাত্ৰা।.....
এই সংখ্যাৰ লেখক সকল
ড০ শৰৎ বৰকটকী

ডা: ঋষেশ্বৰ ঠেঙাল শইকীয়া

ডাঃ প্ৰয়াগ শইকীয়া

থানেশ্বৰ মালাকাৰ

উপমা মজুমদাৰ

ড° নাজমা বেগম

জ্যোতিকা বৰা

প্ৰাঞ্জল লস্কৰ

পলী মজুমদাৰ
.jpg)
হিমাংক শৰ্মা


