top of page

মুখ্য সম্পাদকৰ কলম 

দীপিকা লস্কৰ

শ্ৰমৰ মৰ্য্যদা আৰু অধিকাৰৰ প্ৰতিশ্ৰুতি

 

     অৱসৰৰ পিছত লণ্ডনত থকা ভাগিনটোৰ  অনুৰোধত লণ্ডনলৈ গৈছিলো। তাৰ লগত লণ্ডনৰ উল্লেখযোগ্য  ঠাই সমুহৰ সৌন্দৰ্য উপভোগ কৰাৰ লগে লগে ভিন্ন হোটেলত খাদ্যৰ জুতিও লৈছিলো। প্ৰায়বোৰ হোটেলত ধুনীয়া যুৱক-যুৱতীক গ্ৰাহকক খাদ্য পৰিবেশন কৰা দেখি সিঁহতৰ বিষয়ে জানিবলৈ মন গৈছিল। মোৰ মনৰ ভাৱটো বুজিব পাৰি ভাগিনটোৱে ক'লে- "মাহী,এই ল'ৰা-ছোৱালীবোৰ কলেজ বা বিশ্ববিদ্যালয়ত পঢ়ি থকা ছাত্ৰ -ছাত্ৰী। নিজৰ পঢ়াৰ খৰছ উলিয়াবৰ বাবে ঘন্টাৰ ভিত্তিত কাম কৰে। প্ৰতি ঘন্টাত এওঁলোকে  প্ৰায় হাজাৰ টকা উপাৰ্জন কৰে।ইঞ্জিনিয়াৰিঙ বা মেনেজমেন্ট কোৰ্চ কৰি থকা ছাত্ৰ ছাত্ৰীয়ে নিজৰ সুবিধানুযায়ী ভিন্ন দোকানত বা মলত কাম কৰে। বহুতে নিজৰ খৰচৰ  উপৰিও ঘৰলৈকো টকা পঠিয়াই।  " তাৰ কথা খিনি শুনি মনটো ভাল লাগিল। নতুন প্ৰজন্মই শ্ৰমৰ মৰ্যদা বুজি পালে সমাজৰ বহু সমস্যা সহজতে সমাধান হয় ।  এওঁলোকৰ কৰ্মৰ প্ৰতি থকা আগ্ৰহ দেখি মহাত্মা গান্ধীৰ "Bread Labour" (অন্নৰ বাবে শ্ৰম) ধাৰণাটোৰ কথা মনত পৰিল।.....

ChatGPT Image Apr 25, 2026, 03_27_08 PM.png

প্ৰবন্ধ

ভাষা আৰু ব্যাকৰণৰ সমন্বয়

লেখক : ড০ খৰ্গেশ্বৰ ভূঞা

স্বাস্থ্যৱান সমাজ আৰু চিকিৎসা বিভ্ৰাট আৰু মেডিকেল নেমেচিছ

লেখক : ড০ শৰৎ বৰকটকী

অহংকাৰেই ধ্বংসৰ  আগজাননী

লেখক : সুৰজিৎ গোস্বামী

প্রথমগৰাকী অসমীয়া মহিলা কবি পদ্মপ্রিয়া আইৰ গীত 

লেখক : ৰূপাঞ্জলি বৰুৱা বৰদলৈ

মানবতাবাদী  শিল্পী  জুবিন গাৰ্গ :  দৰ্শন, সাহিত্য জ্ঞান আৰু ৰোমান্টিসিজম: এক সমীক্ষা

লেখক : ড° লক্ষীমা হাজৰিকা

আমাৰ প্ৰশান্তিৰ অসম

লেখক : জাহ্নৱী বৰুৱা

6431f62eae9e32835f436ea43143a9c1_edited.jpg

গল্প

আত্মহনন

লেখক : গুৰমাইল সিং

চেনেহ এক নিৰৱধি নৈ

লেখক : ডা° টঙ্কেশ্বৰ ভূ্ঞা

অৰণ্যৰ উচুপনি

লেখক : পলী মজুমদাৰ

বসন্তৰ ক্রন্দন

লেখক : গীতা মহন্ত শইকীয়া

অপৰাহ্নৰ ৰং

লেখক : জ্যোতিৰ্ময়ী বৰুৱা 

Image by Annie Spratt

কবিতা

ড° প্ৰতাপজ্যোতি সন্দিকৈৰ কবিতা

শোণিত বৰঠাকুৰৰ কবিতা

অৰূপ কুমাৰ গোস্বামীৰ কবিতা

নবীন কলিতাৰ কবিতা 

জ্যোতিকা বৰাৰ কবিতা

হিমাংক শৰ্মাৰ কবিতা

bottom of page