top of page
মুখ্য সম্পাদকৰ কলম
দীপিকা লস্কৰ
ডিজিটেল ডিটক্স : প্ৰযুক্তিৰ যুগত শিক্ষকৰ দায়িত্ব
প্ৰযুক্তিৰ যুগত এটা স্মাৰ্টফোন বিলাসিতা সামগ্ৰীৰ পৰিৱৰ্তে প্ৰয়োজনীয় সামগ্ৰী হৈ পৰিছে । দৈনন্দিন কাম-কাজ, অধ্যয়ন, বিনোদন আৰু সামাজিক যোগাযোগৰ বাবে স্মাৰ্টফোনটোৰ প্ৰয়োজন অনস্বীকাৰ্য। শিক্ষকতা কৰি থকা সময়ত মোবাইলটোৰ ব্যৱহাৰ একেবাৰে সীমিত আছিল । অৱসৰৰ পিছত মোবাইলত অধিক সময় ব্যস্ত হৈ পৰিলো। বন্ধু-বান্ধৱ,আত্মীয়-স্বজনৰ লগত প্ৰয়োজনতকৈ অধিক সময় কথা পাতো, ফেচবুক, ইনষ্টাগ্ৰামত ৰীল চাওঁ।....




bottom of page

