top of page

এতিয়া অৰণ্যত অৰণ্য নাই

মানুহৰ মাজতো মানুহ নাই

নামধাৰী কিছুমান প্ৰাণীয়ে বসবাস কৰে পৃথিৱীত ।

তেওঁ লোকৰ গাত

আদিম জনজাতীৰ লোকাচাৰ

কিমান মানুহৰ মুৰ কাটি মালা পিন্ধিলে

ৰজা হ'ব পাৰে, নিশংস প্ৰতিযোগিতা।

এতিয়া দেশৰ মাজত স্বদেশ নাই

কেৱল আছে দেশ ।

অৰণ্যতো অৰণ্য নাই।


ৰাতুল চেতিয়া ফুকন

সোণাৰি চৰাইদেউ

দূৰভাষ নং ৯৪০১০৯৩৫০২

Recent Posts

See All
নহ'লে সকলো ডুবি মৰিবা

( শিল্পী- সৈনিক বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ পবিত্ৰ সোঁৱৰণত ) নুশুনাও তোমাক আৰু এলাহ,ভাগৰৰ গান সংকল্প ল'লো আজি মই মৃত্যুশপত খাই , তোমাৰ আদৰ্শ লৈয়েই আইৰ মুখ উজলাম ককাইদেউ, বিকল্প মই একো দেখা নাই। ঐক্য- সম্

 
 
 
সুখৰ সন্ধানত

সুখবোৰ কৰবাত কিনিব পৰা হলে কাঁইটীয়া পথটোৱেদি গৈ দুভৰি তেজাল কৰি আঁচল ভৰাই আজুৰি অনিলোঁ হয় তোৰ বাবে সুখবোৰ ...!! দুখৰ বিনিময়ত সুখবোৰ কৰবাত বন্ধক দিব পৰা হলে মোৰ কলিজা দি উশাহবোৰ ভগাই ললোঁ হয় !! তথা

 
 
 

Comments


bottom of page