top of page


জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান
বৰ্তমান সময়ত সমগ্ৰ বিশ্বত এক প্ৰধান আলোচ্য বিষয় হৈছে জলবায়ুৰ পৰিৱৰ্তন আৰু ইয়াৰ কু-প্ৰভাৱসমূহ। সময়ৰ লগে লগে লাহে লাহে শীতৰ প্ৰকোপ কমি আহিবলৈ ধৰিছে। অসমীয়াৰ এক প্ৰচলিত আপ্তবাক্য, "মাঘৰ আদি পুহৰ শেহ, তেহে চাবা জাৰৰ ঠেহ" অৰ্থাৎ পুহ মাহৰ শেষ ভাগৰ পৰা মাঘ মাহৰ প্ৰথম অংশ লৈকে ভীষণ ঠেঁটুৱৈ ধৰা জাৰৰ প্ৰকোপৰ কথা উল্লেখ আছে। কিন্তু বৰ্তমানৰ প্ৰেক্ষাপটত এই বাক্য শাৰীৰ অৰ্থ লাঘৱ হৈ আহিছে। জাৰকালিৰ সময় লাহে লাহে হ্ৰাস পাই আহিবলৈ ধৰিছে। আজিকালি সাধাৰণতে বছৰৰটোৰ অতি বেছি ৩ মাহ মানহে ঠ

ডঃ শশাংক শেখৰ বৰকটকী
Dec 1, 2025


ইলেক্ট্ৰনিক আৱৰ্জনা (ই-আৱৰ্জনা): সংশয় আৰু সমাধানৰ উপায়
মানৱ সভ্যতা যেন আজি বৌদ্ধিক আৰু বৈষয়িক বিকাশৰ চৰম সীমাত উপনীত হৈছে ।বিজ্ঞানৰ ন-ন আৱিস্কাৰ আৰু উন্নয়নে মানুহৰ দৈনন্দিন জীৱনযাত্ৰাক অধিক সহজ বা আৰামদায়ক কৰি তুলিছে । এনে ধৰণৰ নানা আধুনিক সা-সৰঞ্জামে পৃথিবীৰ অধিক উন্নত দেশবোৰৰ লগতে উন্নয়নশীল আৰু দৰিদ্ৰ দেশসমূহৰ জনগনকো সমানে আকৰ্ষিত কৰিছে । আজিৰ পৰা কিছুবছৰৰ আগলৈকে পৰিবেশ প্ৰদূষনৰ বাবে উদ্যোগিক আৱৰ্জনা , কৃষিজাত আৱৰ্জনা আদিকে ঘাইকৈ জগৰীয়া কৰা হৈছিল । কিন্ত্ত বৰ্তমান এই সমূহ কাৰকৰ লগতে পৰিবেশ প্ৰদূষণৰ নৱতম প্ৰত্যাহ্বান হিচাপে দেখা

হিৰণ্য শৰ্মা
Oct 26, 2025


পোহৰ প্ৰদূষণঃ এক নভবা বিপদ
পৃথিৱীৰ জীৱজগতৰ বাবে এক অকল্পনীয় নতুন সমস্যা হিচাপে দেখা দিয়া প্ৰদূষণৰ আন এটা ৰূপ হৈছে পোহৰ প্ৰদূষণ । সচৰাচৰ আমাৰ চৌপাশৰ পৰিবেশ সংৰক্ষণৰ...

হিৰণ্য শৰ্মা
Sep 15, 2025
bottom of page

