top of page

কাঠৰপোক

ইয়াতএখনঅৰণ্যআছিল

অৰণ্যৰসেউজীয়াহাঁহিত

গোটেইখনজকমকাইছিল।

তাতকিছুমানকাঠৰপোকে

বাহসাজিছিল।

পোকবোৰৰউপদ্ৰৱত

অৰণ্যখনইতিহাসহ'ল।

এতিয়াতাতনিয়ৰনসৰে

ফুলোনুফুলে।

কলৰপাতনকঁপে

আগলিবতাহত।

এহালিচৰাইপাখিতপাখিলগাই

পৰিনাথাকেগছৰডালত।

ডাঙিবনোৱাৰাশিলএটাই

মোৰবুকুখনতভৰদিআছেহি।

ধাতৱসূৰ্যৰগলিতউষ্ণতাত

দেইগৈছোমই।

আপোনাআপুনিহুমুনিয়াহ

এটাসৰিপৰিছে

ৰাখিবপৰাহেঁতেনঅৰণ্যখন

আতোলতোলকৈ।



চিনু ৰাজখোৱা

মধুপুৰ,নগাওঁ

দূৰভাষ নং ৯৩৬৫৭৫৫১৮০

Recent Posts

See All
মোৰপৰা মোৰ সত্তালৈ

মই মোৰ পৰা মোৰ সত্তালৈ খোজ দিছোঁ দীৰ্ঘায়িত পথেৰে বিৰামহীনভাবে মই বিচাৰি ফুৰোঁ নিজকে । কেতিয়াবা প্ৰখৰ ৰ’দত কেতিয়াবা হিম চেঁচা বৰষুণৰ সিক্ততাত চিনাকি অচিনাকি বাটৰ নিৰৱতাত । মোৰ ছাঁটো কেতিয়াবা আগবাঢ়

 
 
 
নাম আছিল আশা

আকাশখনৰ মনটো বুজিবলৈ বৰ কঠিন হৈ পৰিছে এই কেইদিন । কিবা সদ্য বিবাহিত লাজুকি কণ্যাৰ দৰে নিজৰ দুদিনমানৰ আগতে এৰি অহাগাওঁখনলৈ, ঘৰখনলৈ , মাক-দেউতাক, বাই-ভনীয়েকলৈ মনত পৰি অজানিতে চকুলো নিগৰি অহাৰ দৰে আকাশখন

 
 
 

Comments


bottom of page