top of page

মধুচন্দ্ৰিকা

এখন ওখ দেৱাল

প্ৰেমৰ বল্লৰীৰ পৰিছে তাক বগোৱাৰ পাল


পাখি জপাই দুটি পখী

দেৱালৰ চূড়াত আছে উঠি


প্ৰেমে দেখা নাপায় কালনিষাদ


চন্দ্ৰিকা

মধুচন্দ্ৰিকা


জোনৰ আধা প্ৰেমে থাকে ঢাকি


অ' প্ৰেম শব্দ নোহোৱা লৈকে নুৰিবি


অ' কবি নিৰ্বাক কবিতাক

চকুলোৰ গাথা নকৰিবি



শুভ নৱবৰ্ষ


(শিল্পী হেমন্ত মিশ্ৰৰ ছবিৰ অনুপ্ৰেৰণাৰে)

ডাঃ প্ৰয়াগ শইকীয়া

মো: নং - ৮৬৩৮৭৭৯০৫৫

নগাঁও




Comments


bottom of page