top of page
থানেশ্বৰ মালাকাৰ
Writer
More actions
Profile
Join date: Oct 25, 2025
Posts (2)
Jan 5, 2026 ∙ 3 min
ভোগালী- স্মৃতিৰ ফাঁকেদি
দূৰদৰ্শনত 'ভোগালী'ৰ অনুষ্ঠানবোৰ চাই থাকোতে স্মৃতিয়ে লৈ যায় আমাৰ দিনবোৰলৈ- য'ত আমাৰ শৈশৱ,কৈশোৰ, যৌৱন নিহিত হৈ আছে । উৰুকাৰ ৰাতি পথাৰত সজা 'ভেলাঘৰ' ত ভোজ-ভাত খাই বহু ৰাতি হোৱাকৈ ঘৰ পাওঁ, কেতিয়াবা খেৰৰ পুঁজিটো কটাও । বিহুৰ দিনা ব্ৰহ্ম পুৱাতে 'মায়ে' জগাই দিয়ে ।বাৰীৰ তামোল- নাৰিকল গছ কেইডালত বাহেৰে কোবাই চিঞঁৰো- "লাগ লাগ লাগ ঐ আমাৰ তামোল ডাল লাগ ঐ লাগ লাগ লাগ ঐ আমাৰ নাৰিকল ডাল লাগ ঐ" কপি কপি ঠাণ্ডা পানীৰে গা ধুই নতুন কাপোৰ- পেন্ট,...
6
0
Oct 25, 2025 ∙ 5 min
ডঃ ভূপেন হাজৰিকাৰ দৃষ্টিত শ্রীমন্ত শংকৰদেৱ
শ্ৰীমন্ত শংকৰদেৱ সম্পর্কত অসমৰ ওপৰিও দেশ-বিদেশৰ গুণীজনে বিভিন্ন সময়ত বিভিন্ন গুৰুত্বপূৰ্ণ মন্তব্য কৰি আহিছে। তেনে গুণীজনৰ তালিকা অতি দীঘলীয়া। তাৰ ভিতৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, কলাগুৰু বিষ্ণু প্রসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ডঃ ভূপেন হাজৰিকাৰ মন্তব্য বা তেখেতসকলৰ দৃষ্টিভংগী অতি গুৰুত্বপূৰ্ণ ,যুগান্তকাৰী। মহাপুৰুষ মাধৱদেৱৰ পিছত এই চাৰিগৰাকী মহান ব্যক্তিয়েই গুৰুজনা সম্পর্কত যিখিনি কথা কৈছে- গুৰুজনাক জানিবলৈ, তেৰাৰ মহত্ত্ব উপলব্ধি কৰিবলৈ সেইখিনিয়েই যথেষ্ট বুলি কব পাৰি। ...
28
0
bottom of page

