top of page


চিতল মাছৰ জোল
স্কুটীৰখন নিদির্ষ্ট ঠাইত ৰখাওঁতেই মই গোন্ধটো পালো। ক'ৰবাত চুকে-কোণে নিগনি মৰি আছে নেকি? এওঁ দিনটো ঘৰৰ ভিতৰতে থাকে। গোন্ধ পোৱা নাইনে? মই এওঁক চিঞৰি মাতিলো।আগতে আমাৰ বৌটিহঁতে পদূলিত দেউতাৰ গলখেকাৰিটো শুনিলেই য'ৰে কাম ত'তে পেলাই তৰা-নৰা ছিঙি চোতাল পায়হি। কিন্তু আজিকালিৰ তিৰী। স্কুটীৰৰ 'হৰ্ণ' শুনিও ওলাই আহিব লাগে বুলি খবৰ নাই। গাড়ী এখন পদূলিত 'খাৰা' কৰিব পৰা হ'লে ওলাই আহিলহেঁতেন নেকি? মই বোধহয় পৃথিবীত সেইটো কামেই কৰিব নোৱাৰিম। সেইবাবেই এওঁৰ দৃষ্টিত মই অসফল স্বামী। ল'ৰা-ছোৱীলী দ

গীতা মহন্ত শইকীয়া
Oct 24, 2025


ৰাগ-বিৰাগ
বুল,বুলি আৰু দেউতাকেও জানে--মানুহজনীক সুধি একো লাভ নাই। তথাপি সিহঁতে নোসোধাকৈ নোৱাৰিলে। "মা, তোমাৰ কোনটো মডেল আৰু ৰং পছন্দ...

ধ্ৰুৱজ্যোতি শৰ্মা
Sep 16, 2025


উপলব্ধি
ঘৰখনত চাৰিওপিনে নিমাওমাও পৰিবেশ ৷ আদ্যশ্ৰাদ্ধ ভোজ সকলোবোৰ হৈ যোৱাৰ পিছত মিতিৰকুটুম বোৰ কমিছে ৷ ভাই বোৱাৰী কবিতা আৰু ভতিজা অৰূপ যাবলৈ...

শেৱালি শৰ্মা বৰকটকী
Sep 16, 2025


এজন দৰাৰ কান্দোন
কিতাপৰ আলমাৰীটোত উঁই উঠিছে নেকি চাওঁতে কাগজ এখন মাটিত পৰিল । কিবা প্ৰয়োজনীয় কাগজ পৰিল বুলি খুলি চালো । এখন বিয়াৰ চিঠি । দেবুদাৰ বিয়া...

জ্যোতিকা বৰা
Sep 15, 2025
bottom of page

