top of page
জ্যোতিকা বৰা

জ্যোতিকা বৰা

Writer
More actions

Profile

Join date: Sep 15, 2025

Posts (7)

Apr 3, 20264 min
স্মৃতিৰ জোনাকত আশাৰ পম খেদি
'অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতোকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ।'' আকাশীয়ে বিহু গীতটো গুন গুনাই থকা শুনি ভনীয়েক মইনাই পিছফালৰ পৰা আহি মাত দিলেহি- "আকাশীবা ,গাত বিহু লাগিলেই নেকি?" আকাশীয়ে মইনাক সুধিলে - ''আজিৰ চ'তৰ কেই তাৰিখ হ'ল, তই জান নে ? কুলি চৰাই কোউ কোউ মাতত মোৰ মনটো কিবা বিহু বিহু লাগিছে।" মইনাই অলপ সময় আকাশীলৈ চাই ক'লে- ''হয় দে আকাশী বা । তই যে ইমান ধুনীয়া বিহু গীত গাই বিহু নাচিছিলি !মা আৰু দেউতাই সদায় কৈ থাকে। চ'ত মাহ যাবলৈ হ'ল...

24
0
Mar 3, 20264 min
মানৱ সম্পদ বিকাশত নাৰীৰ প্ৰভাৱ
পৌৰাণিক যুগৰ পৰাই নাৰীৰ বিষয়ে চৰ্চিত হৈ আহিছে। অতীততে সনাতন সভ্যতাত নাৰীক কিমান উচ্চস্থান দিয়া হৈছিল আৰু নাৰী শক্তিয়েও পতিব্ৰতা ,নিয়ম আৰু আস্থাৰ মাজেৰে কিদৰে নিজক মহীয়ান কৰি তুলিছিল তাৰ সুন্দৰ নিদৰ্শন ঋষি মুনি সকলে ৰচনা কৰা চাৰিবেদ,ব্ৰহ্মসুক্ত, উপনিষদ, মহাভাৰত, ৰামায়ণ আদিত উল্লেখিত। নাৰীৰ জীৱন কেৱল সন্তান উৎপাদন কৰায়েই উদ্দেশ্য নাছিল। তাৰ সমান্তৰালভাৱে সমাজখনক পূৰ্ণতা প্ৰদান কৰাৰ ধৰ্ম ও পালন কৰিছিল । সেয়েহে লক্ষ্মীস্বৰূপা নাৰীৰ সন্দৰ্ভত আচাৰ্য মনুৱে উল্লেখ কৰিছে __ ' প্ৰজানাৰ্থং...

13
0
Feb 2, 20264 min
মই এজনী গাঁৱলীয়া ছোৱালী
নাম কালৰি। দেখাত জুটুলা চুলি, দতুৱা দাঁত ,উঠঙা গাল । গাৰ ৰং বগা ,কণ্ঠ শুৱলা।গান গালে সকলো ওচৰ চাপি আহে।তাই আচলতে কালৰি নহয় ।থাকেহে ক'লা বেঙাৰ দৰে।নিৰ্জন ঠাইত থাকি ভাল পায়। বাৰীত আম ,বগৰী, মধুৰী বিচাৰি ফুৰা এজনী সাধাৰণ ছোৱালী । আকাশৰ তৰাৰ লগত কথা পতা, গছ গছনিৰ লগত খেলি থকা, পথাৰৰ বোকা পানী গছকি ডাঙৰ হোৱা তাই এজনী গাঁৱলীয়া ছোৱালী । গাঁৱৰ ছোৱালী হ'লেও তাইৰ সপোন আছিল আকাশ চোৱাৰ। ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ সপোন ।  বন্ধু -বান্ধৱী বা আত্মীয়ৰ  আগত মনৰ কথা প্ৰকাশ কৰাৰ পৰিবৰ্তে মন গ'লেই দৌৰ...

7
0
bottom of page