top of page
Image by Patrick Fore

মুখ্য সম্পাদকৰ কলম 

হিয়াৰ আমঠু জুবিনলৈ শ্ৰদ্ধাঞ্জলি

অমানিশাৰ বুকুত 
গীত ,মাত,সুৰেৰে
জীৱনক  ৰাঙলী কৰা
আমাৰ প্ৰাণৰ ধ্বনি 
এটা  কণ্ঠ হেৰাই গল ।

বিষাদৰ এটা নিশা 
স্তব্ধ হ'ল আকাশ-বতাহ
জোনালীত শোকৰ সাগৰ 
সুৰৰ ঝংকাৰ তুলি
ক'ত যে হেৰাই গ'লা  !

জনপ্ৰাণত তুমি ৰঞ্জিত বন্দিত 
নিগৰিছে অনামিকাৰ সুৰ 
'গানে কি আনে' বুলি
মায়াবিনীক বিচাৰিছো
বিশ্বব্ৰহ্মাণ্ডৰ মহাসংগীতত ।

তোমাৰ সুৰত আছে 
প্ৰেম, বিৰহ, আশা আৰু স্বপ্ন
জনতাৰ হৃদয়ত
স্পন্দিত হয়
নিজানৰ গান ।

আকাশ আজি নীৰৱ
পথত জনতাৰ সমূদ্ৰ 
চৌদিশে গুঞ্জৰিত 
হিয়াৰ আমঠু
তোমাৰেই নাম ।
 
'জুবিন 'এটা কবিতাৰ ছন্দ 
নিত্য শাশ্বত সত্তা
মায়াময় সুৰৰ অমৃত 
জনতাৰ প্ৰাণৰো প্ৰাণ 
তুমি  অমৰ অনন্ত 
তোমালৈ একাঁজলি শ্ৰদ্ধাঞ্জলি...

Beauty (5).png

দীপিকা লস্কৰ

Zubeen-Garg (1).webp

মায়াবিনী ৰাতিৰ বুকুত জুবিনক বিচাৰি

লেখক : ড০ শৰৎ বৰকটকী

20250919132332_garsss.avif
hoicnev4_zubeen-garg-was-known-for-his-work-in-films-and-music-across-industries_625x300_1

গৰিমাই মোক দ্বিতীয় বাৰ কন্দুৱালে

লেখক : নবীন বৰুৱা

"জয় জুবিন দা"

লেখক : হিমাংক শৰ্মা

0585f5874d832725a1fb023c1e7e988f.jpg

জুবিনৰ প্ৰথমখন ফাংচন আৰু সোণাৰি..

লেখক : প্ৰাণজিৎ শইকীয়া

174290-endarubuwaensr8.avif

এটা সূৰ্য হেৰাই গ'ল

লেখক : প্ৰিয়ঙ্কু শৰ্মা 

Zubeen-Garg_1758275545018_1758275549018.webp

জুবিন নাই:শৰবিদ্ধ হৃদয়

লেখক :  ৰেৱত হাজৰিকা

deccanherald_2025-09-19_yb4s6nyt_file82gl1kp4l1lgn9r93ik.jpg

"মোৰ কোনো জাতি নাই,

মোৰ কোনো ধৰ্ম নাই..."

লেখক :  ড০ বলেন্দ্ৰ কুমাৰ দাস

images_edited.jpg

এটি যুগৰ অন্ত পৰিল

লেখক :  মোস্তাকিন শ্বেখ

Dark Blue and Beige Simple Dark Consultancy Portfolio & Resume Website.png

লিমকা বুক অফ ৰেকৰ্ডছে ঘোষনা কৰিছে যে ,অন্তিম যাত্ৰাত পৃথিৱীৰ চতুৰ্থ সৰ্বোচ্চ বৃহৎ সমদল জুবিন গাৰ্গৰ ক্ষেত্ৰত হৈছে ।প্ৰথম মাইকেল জেকচন , দ্বিতীয় ৰজা পোপ ফ্ৰেঞ্চিচ,তৃতীয়- ৰানী এলিজাবেথ আৰু চতুৰ্থ হৈছে জুবিন গাৰ্গ।এছিয়া মহাদেশৰ ভিতৰত জুবিন গাৰ্গৰ অন্তিম যাত্ৰাত সৰ্বাধিক লোকে অংশগ্ৰহণ কৰিছে।

bottom of page